দুখীয়াৰ উপায়বিহীন জীৱন
ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ ৰাজমাই চাহ-বাগিচাৰ অন্তৰ্গত 3 নং লাইনৰ ৰাধিকা মুণ্ডা আৰু চুৰেণ মুণ্ডাৰ একমাত্ৰ জীয়েক জয়ন্তী মুণ্ডা । জয়ন্তীৰ বয়্স এতিয়া 16 বছৰ । জয়ন্তীৰ প্ৰায়ে জ্বৰ আৰু কাঁহ হৈ থাকে । তাই প্ৰায়ে অসুখৰ কাৰণে বিচনাত পৰি থকাৰ কাৰণে, মাক্-দেউতাকে তাইক স্কুল আধাতে এৰাই দিলে । জয়ন্তী সপ্তম শ্ৰেণীলৈকে পঢ়ি এতিয়া ঘৰতে থাকে । মাকে গাঁৱৰে বুঢ়া মানুহ এজনৰ পৰা বনদৰব আনি বহুদি
READ MORE