July 17, 2021
449
ক’ভিড 19 – এই ডেল্টা ভেৰিয়েণ্ট কি? কিয় ই “ভেৰিয়েণ্ট অৱ কনচাৰ্ণ”
এজন মানুহৰ গাত ক’ভিড-19 ৰোগটো SARS-CoV-2 নামৰ ভাইৰাচটোৰ দ্বাৰা সংক্ৰমিত হয়। এই ভাইৰাচটো প্ৰথমে 2019 চনৰ ডিচেম্বৰ মাহত চীনৰ যুহান চহৰত ধৰা পৰাৰ পিছত সমগ্ৰ বিশ্বলৈ এই ভাইৰাচটো বিয়পি পৰিলে। সময় আৰু স্থান পৰিবৰ্তনৰ লগে লগে আৰু হাজাৰ হাজাৰ মানুহৰ গালৈ এই ভাইৰাচটো বিয়পি পৰা পিছত এই ভাইৰাচটোৱে ইয়াৰ আনুবংশিক গাঁথনিক সলনি কৰি ল’লে। যাক আমি সাধাৰণতে মিউটেশ্বন বুলি কও। ভাইৰাচৰ মিউটেশ্বনৰ
READ MORE
July 10, 2021
449
ক’ভিড-19: ইয়াৰ পৰা সুৰক্ষা আৰু ডবল মাস্ক
ক’ভিড-19-ৰ বিৰুদ্ধে এই যুঁজখনত আপোনাৰ বাবে এপাত ডাঙৰ অস্ত্ৰ হৈছে, আপোনাৰ মুখত পিন্ধা মাস্কখন। ইতিমধ্যে প্ৰায় মানুহৰ মাস্ক পিন্ধাটো অভ্যাসত পৰিণত হৈছে। ক’ভিডৰ প্ৰথম ঢৌৰ পৰা আপুনি এখন মাস্ক পিন্ধি আহিছিলো। কিন্তু, দ্বিতীয় ঢৌৰ লগে লগে স্বাস্থ্য বিশেষজ্ঞসকলে দুখনকৈ ফেচ মাস্ক ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছে আৰু, মানুহৰ মাজত “ডাবল মাস্কিং” বুলি জনপ্ৰিয় হৈছে। ক’ভিড ৰোগটো বিয়
READ MORE
July 06, 2021
380
Fact Check: সূৰ্যগ্ৰহণৰ বাবে কৰ’ণা ৰোগ বৃদ্ধি হ’ব বুলি দাবী কৰা বিভ্ৰান্তিকৰ ভিডিঅ’ৰ সত্যতা কি?
NKtv24X7 নামৰ এটা অসমীয়া নিউজ চেনেলৰ ছ’ছিয়েল মিডিয়াৰ পেজত বিগত ১০ জুন তাৰিখে এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছিল। য’ত গুৱাহাটীৰ এজন (প্ৰসিদ্ধ) জ্যোতিষী খগেশ্বৰ গোস্বামীয়ে সূৰ্য গ্ৰহণৰ ফলত অসমত ক’ৰণাৰ ব্যাপক ঢৌ দেখা দিব বুলি দাবী কৰা দেখা গৈছিল। ভিডিঅ’টোৰ যোগেদি গোস্বামীয়ে অন্যান্য কেইবাটাও দাবী কৰা দেখা পোৱা গৈছে। ইয়াৰে ভিতৰত, শ্ৰী গোস্বামীয়ে ভিডিঅ’টোত এনেধৰণৰ কেইবাটাও দাব
READ MORE
July 04, 2021
968
আপুনি জানিবলগীয়া কথা: ক’ভিড-19 ভেকচিন লোৱাৰ পূৰ্বে, লোৱাৰ সময়ত আৰু লোৱাৰ পিছত আপোনাৰ কৰণীয়
বিশ্বৰ কোটী কোটী লোকক এতিয়া সুৰক্ষিতভাৱে ক’ভিড-19-ৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ফলত আমি সকলোৱে নিজকে সুৰক্ষিত অনুভৱ কৰাৰ লগতে, আমি আমাৰ পৰিয়াল আৰু আমাৰ আদৰৰ লোকসকলৰ সৈতে আমাৰ দৈনন্দিন জীৱন আগুৱাই লৈ যাব পাৰিছো। বহুতো লোকে হয়তো এতিয়াও ক’ভিড-19 ৰ ভেকচিন গ্ৰহণ কৰিব পৰা নাই। কিন্তু, তেঁওলোকে ভেকচিন গ্ৰহণৰ বাবে এতিয়া আশাৰে বাট চাই ৰৈছে। ইয়াৰ লগে লগে তেঁওলোকৰ মনত হয়তো বহুত
READ MORE