ক’ভিড-19: ইয়াৰ পৰা সুৰক্ষা আৰু ডবল মাস্ক

ক’ভিড-19-ৰ বিৰুদ্ধে এই যুঁজখনত আপোনাৰ বাবে এপাত ডাঙৰ অস্ত্ৰ হৈছে, আপোনাৰ মুখত পিন্ধা মাস্কখন। ইতিমধ্যে প্ৰায় মানুহৰ মাস্ক পিন্ধাটো অভ্যাসত পৰিণত হৈছে। ক’ভিডৰ প্ৰথম ঢৌৰ পৰা আপুনি এখন মাস্ক পিন্ধি আহিছিলো। কিন্তু, দ্বিতীয় ঢৌৰ লগে লগে স্বাস্থ্য বিশেষজ্ঞসকলে দুখনকৈ ফেচ মাস্ক ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছে আৰু, মানুহৰ মাজত “ডাবল মাস্কিং” বুলি জনপ্ৰিয় হৈছে। ক’ভিড ৰোগটো বিয়পোৱা ভাইৰাচৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে, ইয়াক বাধা দিব পৰা বস্তুবিলাক অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়োজন আহি পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (চিডিচি) অধ্যয়নত দেখা গৈছে যে কাপোৰ আৰু চাৰ্জিকেল … Continue reading ক’ভিড-19: ইয়াৰ পৰা সুৰক্ষা আৰু ডবল মাস্ক