ছ’চিয়েল মিডিয়াৰ যোগেদি এটা প্ৰচাৰ চলোৱা হৈছে যে, ক’ভিড ভেকছিন গ্ৰহণ কৰাৰ পিছত পুৰুষৰ প্ৰজনন ক্ষমতা বা সন্তান জন্ম দিয়াৰ ক্ষমতা হ্ৰাস পায়। ইংৰাজী ভাষাত ভাইৰেল হোৱা এই বাৰ্তাটো হিন্দী বাতৰি কাকতৰ এটা ক্লিপও এই দাবীৰ সৈতে শ্বেয়াৰ কৰা হৈছে।
এই দাবী সত্যাসত্য কিমান? শুনক আমাৰ এই পডকাষ্ট – জানকীয়ে সকলো জানে!
অধিক জানিবৰ বাবে পঢ়ক