
Audio/Podcasts

Baah Amar Haah_Bamboo Ep 1.mp3
বাঁহ আমাৰ সাহ – এই ৰেডিঅ’ শৃংখলাটো কমনৱেলথ এডুকেশ্বনেল মিডিয়া চেণ্টাৰ ফৰ এচিয়া, ফাউণ্ডেচন ফৰ এম.এচ.এম.ই ক্লাষ্টাৰৰ সহযোগত বাঁহ শিল্পৰ সৈতে জড়িত বিভিন্ন বিষয়সমূহক সামৰি বাঁহে গ্ৰাম্য অৰ্থনীতিৰ লগতে এক বহনক্ষম উন্নয়নৰ বাহক ৰূপে কাম কৰিব পাৰে, তাৰেই সজাগতাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে।